Time · al-'Asr · سورة العصر · 3 ayahs

بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

وَالْعَصْرِ

সময়ৰ শপত,

إِنَّ الْإِنْسَانَ لَفِي خُسْرٍ

নিশ্চয় মানুহ ক্ষতিগ্ৰস্ততাত নিপতিত,

إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَتَوَاصَوْا بِالْحَقِّ وَتَوَاصَوْا بِالصَّبْرِ

কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে।